অসমীয়া caption for Instagram, facebook | অসমীয়া caption love, attitude,sad,happy



 বন্ধু বান্ধুৱী সকল আপুনি Instagram বা facebook ত পোষ্ট কৰিবলৈ লিখনী বিচাৰি আছে নেকি ? তেনেহলে আপুনি একদম ঠিক site ত আহিছে। এই আর্টিকেলটোত আপোনাক কেইটামান অসমীয়া caption  দিম আপুনি এই লিখনীবোৰ Facebook, Instagram নাইবা অন্য social media site  ত পোষ্ট কৰিব পাৰিব।

Assamese Status

১/
এটা কথা মনত
ৰাখিবা আনক দুখ দি কেতিয়াও সুখী হবনোৱাৰা! 
আনক কন্দুৱাই কেতিয়াও হাঁহিব নোৱাৰা !
আনক কষ্ট দি কেতিয়াও শান্তি নোপোৱা!



২/
অতীত ভয়ংকৰ হব পাৰে
কিন্তু সঠিক মানুহৰ লগত জীৱনটো আৰম্ভ কৰিলে
বর্তমান ভৱিষ্যত দুয়োটাই সুন্দৰ হ'ব।



৩/
জন্ম, মৃত্যু সকলো ঈশ্বৰৰ হাতত যদিও,
জন্মৰ পৰা মৃত্যু পৰ্য্যন্ত আপোনাৰ জীৱন যাত্ৰাত
যদি আপুনি এবাৰো মানসিকভাৱে মৃত্যু হ'ব লগা নহয়,
তেন্তে আপোনাতকৈ সুখী এই পৃথিৱীত কোনো নাই।

৪/
তুমি ধুনীয়া বাবেই মোৰ ভালপোৱাবোৰ গভীৰ নহয়,
মোৰ ভালপোৱাবোৰ গভীৰ বাবেই তুমি ধুনীয়া।
মোৰ এই গভীৰ প্ৰেমত তুমি যেন
এপাহি সুগন্ধি বিলোৱা ফুল।



৫/
শেষ বোৰ সদায় হাঁহি মুখে হ'ব লাগে
বেলেগ একো নহ'লেও জীৱনৰ প্ৰতি
আক্ষেপ নাথাকে।



৬/
জোৰ তেওঁকহে কৰা হয়,
যাক সঁচাকৈ ভাল পোৱা যায়।
নহ'লেটো এই পৃথিৱীত মিছা ভালপোৱা
অভাৱ নাই।

৭/
মাথো সাহসৰ হে কথা
আমাৰ প্ৰত্যেকৰে জীৱনত কিছুমান এনেকুৱা
কাহিনী থাকে যাৰ অন্ত আমি
নিজেই ঠিৰাং কৰো।



৮/
কাৰোবাৰ সপোন ভাঙি
নিজৰ সপোন সম্পূর্ণ হ'ব বুলি আশা নকৰিবা।



৯/
যিটো সম্পৰ্কত তোমাৰ কোনো গুৰুত্ব নাই,
সেই সম্পৰ্কৰ পৰা আঁতৰি অহায়ে ভাল,
দুদিনমান বেয়া লাগিব কিন্তু ভৱিষ্যত ভাল হ'ব।



১০/
এটা সম্পৰ্ক কিমান বছৰ পুৰণি
সেইটো ডাঙৰ কথা নহয়
এই সম্পর্কটোত তুমি কিমান সুখী

১১/
প্ৰকৃত ভালপোৱা সেইটো হে য'ত
প্রিয়জন উভতি নাহে বুলি গম পাইও
অপেক্ষা কৰা যায়।



১২/
মই হাজাৰ জনক নিবিছাৰো
তুমি কেৱল মোৰ হৈ থাকা, মই দেখাই দিম
এজনকেই হাজাৰ ধৰনে ভাল পাব পাৰি.



১৩/
প্রিয় মানুহজন যদি
অভিমানৰ ভাষাটো বুজি পালে হয়,
তেনেহলে হয়তো আৰু কোনো সম্পর্কত
বিচ্ছেদ নহল হয়.



১৪/
তাৰ পিছত এদিন মায়া শেষ হৈ যাব,
এজনে মৰি যাব ভিতৰি ভিতৰি,
আনজনে বেলেগৰ লগত গৈ ভালে
থাকিব শিকি যাব।

১৫/
বহুত সাধাৰণ এজনক বিছাৰো,
যাৰ ওচৰত তাৰ পৰিয়ালৰ পিছতে থাকিব মোৰ।



১৬/
ভগৱানে বিছাৰিছিল বুলিয়ে তুমি হেৰাইছিলা,
পোৱাৰ সময় হ'লে আকৌ ভগৱানে দিব।



১৭/
কোনোবাই কয় মই বেয়া কোনোবাই কয় মই ভাল।
সঁচা কথা ক'বলৈ গ'লে যিয়ে যেনেকুৱা
তেওঁৰ ওচৰত মই তেনেকুৱা।



১৮/
এই স্বাৰ্থপৰ চহৰত খনত,
স্বাৰ্থ নোহোৱা কৈ ভাল পোৱা আৰু
প্ৰয়োজন নোহোৱাকৈ খবৰ লোৱা মানুহ
পাবলৈ ভাগ্য লাগিব।
১৯/
আগত কৈ বহুত মৌন হৈ গৈছো
ইয়াৰ পিছত হঠাৎ কৰি এদিন হেৰাই যাম।



২০/
জীৱনৰ সৰু সৰু সুখ আৰু
প্ৰাপ্তিবোৰেই জীয়াই থকাৰ একমাত্ৰ প্ৰেৰণা,
আশা আৰু সপোনবোৰৰ কি ভৰষা যি
ক্ষণে প্রতিক্ষণে সলনি হৈ থাকে.

অন্য caption সমূহ
প্ৰকাশ কৰিবৰ কাৰণে বিছাৰি নাই পোৱা বা ভাল ভাল আপুনি বিছৰা ধৰনৰ Quotes, Shayari, Status পোৱা নাই, তেন্তে আপুনি থিক Website Visit কৰিছে, ইয়াত আপুনি বিছৰা ধৰনৰ সকলো status পাব
Sad Love Quotes In Assamese

1. তোমাক নাপাও বুলি জানিও, তোমাক বিচাৰি সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ কেতিয়াও পাহৰি নাথাকো।

2. তাক যাব নিদিবা, যি তোমাৰ হাজাৰ অৱহেলাৰ পাছতো তোমাকেই ভাল পাই থাকে।


3. বিয়া ঘৰত খাবলৈ বহি কেতিয়াও বেয়াকৈ নকবা, কাৰণ এজন পিতৃয়ে সেই বিশেষ দিনটোৰ বাবেই গোটেই জীৱন উপার্জন কৰে।

4. সকলো লৰাই প্ৰেমক ধেমালি বুলি নাভাবে,
সিহঁতেও সপোন দেখে ভালপোৱা ছোৱালী জনীক এদিন কইনা কৰি আজীৱন নিজৰ কাষলৈ অনিবলৈ।

5. সপোনবোৰ আধৰুৱা হৈ ৰ'ল, তুমি দিয়া প্ৰতিশ্ৰুতি ভাঙি গ'ল আজীৱন লগত থাকিম বুলি কোৱা মোৰ প্ৰিয়জনীয়ে মোক এটা সৰু অজুহাত দেখুৱাই আঁতৰি গ'ল।

6. ধনী ঘৰত জন্ম ল'লে জীৱনটো উপভোগ কৰিবা, আৰু দুখীয়া ঘৰত জন্ম ল'লে জীৱন মানে কি বুজি পাবা।

7. কাৰোবাক ভুল বুজাৰ আগতে তেওঁৰ পৰিস্থিতিৰ বিষয়ে বুজ লোৱাতো উচিত।

8. এজনী ছোৱালীৰ আটাইতকৈ বেছি Attractive বস্তু হৈছে, তেওঁৰ ব্যৱহাৰ আৰু কথা বতৰা বোৰ।

9. জীৱনটো সহজ হৈ পৰিব, যেতিয়া তুমি তোমাৰ জীৱনৰ পৰা Negative মানুহ খিনিক
Delete কৰি দিবা।

10. দুখ সহ্য কৰিব পৰিলেও কেতিয়াও মিছা কথা সহ্য কৰিব নোৱাৰি।

জীৱনৰ আৱেগিক Status
11. প্ৰকৃত পুৰুষে নাৰীক দাসী ৰূপত নহয়, ৰাণী ৰূপত চাবলৈ বেছি পছন্দ কৰে।

12. হাঁহিবলৈ টকা-পইচাৰ প্ৰয়োজন নাই, কেতিয়াবা কাৰোবাৰ এষাৰ মাতেৰে অলেখ হাঁহি বিয়োপায়।

13. বাৰে বাৰে নাহে সঁচা মৰম দিয়াজন জীৱনলৈ
সময় থাকোতেই গুৰুত্ব দিবলৈ শিকা।

14. সেইজনৰ বাবে জীয়াই থাকিব শিকা, যিজনে তোমাৰ বাবে মৰিবলৈ ও সাজু ।

15. ভাল পোৱাটো পাপ নহয়, মানুবোৰ পাপী, ভালপোৱাই মানু্হক নকন্দুৱাই, মানুহে মানু্হক কন্দুৱাই , ভালপোৱাই মানু্হক কষ্ট নিদিয়ে, মানুহে মানু্হক কষ্ট দিয়ে, এইটোৱে বাস্তব।

16. ৰূপৰ সৌন্দৰ্যতাৰ দ্বাৰা ব্যক্তি এজনৰ চৰিত্ৰ নিৰ্ধাৰণ কৰিব পৰা নাযায়। ব্যক্তি এজনৰ মন, ব্যৱহাৰ, চিন্তা ধাৰাৰ দ্বাৰাই হে এজন প্ৰকৃত ব্যক্তি চৰিত্ৰ নিৰ্ধাৰণ কৰাত সহায় কৰে ।

17. বেলিটোও অকলশৰীয়া, কিন্তু সদায় পোহৰ দি থাকে ! আপুনিও আপোনাৰ কাষত কোনোবা থাকক বা নাথাকক সদায় নিজকে সুখী আৰু সৰলতাৰে ৰাখক।

18. নিজৰ বাহিৰে‌ সকলোৱে আপোন, মাথো দুদিনৰ বাবেহে, লাগিলে তেজৰ সম্পৰ্কীয় নহওঁক কিয়!

19. জীৱনত ডাঙৰ হোৱা, কিন্তু কাকো সৰু কৰি নহয়। জীৱনত হাঁহিবলৈ শিকা, কিন্তু কাকো কন্দুৱাই নহয়। জীৱনত জয়ী হোৱা, কিন্তুু কাকো ঠগি নহয়। জীৱনত সুখী হোৱা, কিন্তুু কাকো কষ্ট দি নহয়।

20. ব্যস্ততাবোৰ শেষ হলেই নীসংগতাই আৱৰি ধৰে, টোপনিও আজিকালি নলয়চোন আঁকোৱালি, অনুভৱবোৰ শেতেলিত ৰাতিপুৱা পাৰ হৈ যায়, উজাগৰি উত্তৰবিহীন প্রশ্নবোৰৰ উত্তৰ বিচাৰি৷

Assamese Short Quotes

21. এনেকুৱা এজন মানুহৰ লগত আছোঁ যিজনে মোক বুজি ও নুবুজা ভাও ধৰি ।মোক অবহেলা কৰে। আৰু মোৰ ভুল এইটোয়ে মই তেওঁ কৰা আবাহেলা পৰিবৰ্তে ভাল পোৱা দিবলৈ চেষ্টা কৰি আছোঁ।

22. কোনো কাৰো আপোন নহয়, দুদিনৰ চিনাকি, দুদিনৰ পৰিচয়, কিছু ভাল লগা সময় আৰু সামন‍্য অভিনয়।
23. পৃথিৱীত সকলাে বস্তুৱেই মূল্যৱান, মাত্ৰ সেয়া হেৰাই যোৱাৰ পিছত আৰু বিছাৰি পোৱাৰ আগত।

24. কাৰোবাক ইমানো অৱহেলা নকৰিৱা যে,
কান্দি কান্দি সি তোমাক হাতযোৰ কৰিবলৈ বাধ্য হৈ পৰে।

25. সেইজনী ছোৱালী বহুত ভাগ্যৱান যাৰ জীৱন সংগী মানুহজনৰ টকা কম থাকিলেও চৰিত্ৰটো খাটি।

26. নাৰীক সন্মান কৰাটো নাৰীৰ প্ৰতি থকা দুৰ্বলতা নহয়, এইয়া হৈছে এগৰাকী নাৰীৰ প্ৰতি থকা মমতাহে।

27. দুখীয়া বুলি কাকো নাহাঁহিবা কাৰণ জন্ম হৈ কোনো ধনী হৈ নাহে আৰু দুখীয়া পৰা হে জীৱন সংগ্ৰামৰ প্ৰথম শিক্ষা পোৱা যায়।

28. মানুহ বোৰে Social Media ত মাকৰ প্ৰতি যিমান মৰম দেখুৱাই বাস্তৱত যদি তাৰে আধাও মৰম কৰিলে হেঁতেন তেনেহলে বৃদ্ধাশ্ৰম নাথাকিলে হেঁতেন।

29. প্ৰতিজনী ছোৱালীয়ে যদি টকা পইচা দেখি প্ৰেম কৰা হ'লে আজি দুখীয়া দুখীয়া মানুহ বোৰৰ সংসাৰ কৰা নেদেখিলোঁ হয়।

30. হে ভগৱান কন্যা সন্তান তেওঁক হে দিব যিয়ে তাইক বোজা বুলি নহয়, ঘৰৰ লখিমী বুলি ভাবে।

Assamese Quotes On Life
31. যিয়ে তোমাক পাত্তা নিদিয়ে তেওঁকো পাত্তা দিয়াৰ কোনো প্ৰয়োজন নাই। এইটো জানি ল'বা যে, “তোমাৰ ওচৰত তুমিয়েই মহান”।

32. এজন দায়িত্ববান ল'ৰাই হে পাৰে এজনী পাগলী টাইপৰ ছোৱালীক জীৱন সলাই‌ দিবলৈ।

33. মা দেউতাৰ পৰা দাবী কৰি বস্তু লোৱাতকৈ
অলপ অলপ কৈ টকা জমা কৰি ভাল লগা বস্তু কিনাৰ আনন্দ মধ্যবিত্ত পৰিয়ালৰ সন্তানে ভাল দৰে বুজে।

34. প্ৰিয়জনৰ লগত পাৰ্কত নাযাওঁ, মন্দিৰত গৈ সেৱা এটা ল'বলৈ মনত আশা এটা পুহি ৰাখিছোঁ।

35. মা দেউতা অসুস্থ হ'লে গোটেই ঘৰখনেই অসুস্থ হৈ পৰে যেন সকলোৰে কাৰণে দিনটোৱেই অশুভ হৈ পৰে।


Comments

  1. This comment has been removed by the author.

    ReplyDelete
  2. Thank you for sharing such an insightful article! I particularly appreciated your point about [Sad Love Quotes In Assamese
    ]. It's always fascinating to explore different perspectives on this topic.

    I’ve also written about similar ideas on my website, where I share tips and insights on assamese captions Feel free to check it out here: assamese good morning quotesforward to more great content from you!"

    ReplyDelete

Post a Comment