অসমীয়া caption for Instagram, facebook | অসমীয়া caption love, attitude,sad,happy
.jpeg)
বন্ধু বান্ধুৱী সকল আপুনি Instagram বা facebook ত পোষ্ট কৰিবলৈ লিখনী বিচাৰি আছে নেকি ? তেনেহলে আপুনি একদম ঠিক site ত আহিছে। এই আর্টিকেলটোত আপোনাক কেইটামান অসমীয়া caption দিম আপুনি এই লিখনীবোৰ Facebook, Instagram নাইবা অন্য social media site ত পোষ্ট কৰিব পাৰিব। Assamese Status ১/ এটা কথা মনত ৰাখিবা আনক দুখ দি কেতিয়াও সুখী হবনোৱাৰা! আনক কন্দুৱাই কেতিয়াও হাঁহিব নোৱাৰা ! আনক কষ্ট দি কেতিয়াও শান্তি নোপোৱা! ২/ অতীত ভয়ংকৰ হব পাৰে কিন্তু সঠিক মানুহৰ লগত জীৱনটো আৰম্ভ কৰিলে বর্তমান ভৱিষ্যত দুয়োটাই সুন্দৰ হ'ব। ৩/ জন্ম, মৃত্যু সকলো ঈশ্বৰৰ হাতত যদিও, জন্মৰ পৰা মৃত্যু পৰ্য্যন্ত আপোনাৰ জীৱন যাত্ৰাত যদি আপুনি এবাৰো মানসিকভাৱে মৃত্যু হ'ব লগা নহয়, তেন্তে আপোনাতকৈ সুখী এই পৃথিৱীত কোনো নাই। ৪/ তুমি ধুনীয়া বাবেই মোৰ ভালপোৱাবোৰ গভীৰ নহয়, মোৰ ভালপোৱাবোৰ গভীৰ বাবেই তুমি ধুনীয়া। মোৰ এই গভীৰ প্ৰেমত তুমি যেন এপাহি সুগন্ধি বিলোৱা ফুল। ৫/ শেষ বোৰ সদায় হাঁহি মুখে হ'ব লাগে বেলেগ একো নহ'লেও জীৱনৰ প্ৰতি আক্ষেপ নাথাকে। ৬/ জোৰ তেওঁকহে কৰা হয়, যাক সঁচাকৈ ভাল পোৱা যায়। নহ'লেটো এই পৃথ...